সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো দেশৰ প্রশাসনীয় দল বা চৰকাৰ
উদাহরণ : দেশে অতি সোনকালেই কেইখনমান নতুন আঁচনি আৰম্ভ কৰিব
সমার্থক : চৰকাৰ, দেশ
অর্থ : এখন নির্দিষ্ট সংবিধান মানি চলা বিভিন্ন ৰাজ্য, নগৰ আদি থকা পৃথিৱীৰ এক বিশেষ ভূ-ভাগ
উদাহরণ : ভাৰতবর্ষ ্মোৰ দেশ দেশতকৈ মোমাই ডাঙৰ নহয়
সমার্থক : দেশ
অর্থ : কোনো দেশত বাস কৰা লোক
উদাহরণ : গান্ধীজীৰ মৃত্যুত গোটই দেশে কান্দিছিল
ইনস্টল