অর্থ : ষড়যন্ত্র আদিৰ ৰূপৰেখা তৈয়াৰ কৰা
উদাহরণ :
দুর্যোধনে পাণ্ডৱৰ বিৰুদ্ধে ষড়যন্ত্র ৰচিলে
অর্থ : কোনো বস্তু সাজি তৈয়াৰ কৰা বা ৰচা কার্য
উদাহরণ :
মই আজি এটা নতুন কবিতা সৃষ্টি কৰিলোঁ
সমার্থক : সৃজন কৰা, সৃষ্টি কৰা