অনুগ্ৰহ কৰি ৱেবছাইট আৰু এণ্ড্ৰইড এপ্পৰ পৰা বিজ্ঞাপন আঁতৰাবলৈ সাবস্ক্ৰাইব কৰক। অমৰকোষত নতুন শব্দ আৰু সংজ্ঞা সংযোজন আৰু অন্যান্য ভাষা সম্পৰ্কীয় বৈশিষ্ট্য যোগ কৰাত সদস্যপদ মাচুল সহায়ক হ’ব।
অর্থ : কোনো বিষয়ৰ বিশ্লেষণাত্মক বিৱৰণ যʼত নির্দিষ্ট বিষয়টোৰ লগত সম্বন্ধ থকা বিভিন্নজনৰ মতামত, মন্তব্য, তথ্য আদিৰ তুলনামূলক আৰু পাণ্ডিত্যপূর্ণ আলোচনা কৰা হয়
উদাহরণ :
নিবন্ধকাৰজনে এই প্রবন্ধটোৰ জৰিয়তে জাতীয়তাবাদৰ বিষয়ে আলোকপাত কৰিছে