অর্থ : কোনো ঘটনা ঘটা এক পৰিস্থিতি
উদাহরণ :
প্রস্তুত কাব্যাংশ কি পৰিপ্রেক্ষিতত লিখা হৈছে
সমার্থক : পৰিপ্রেক্ষিত
অর্থ : বিবেচ্য বিষয়ৰ স্বৰূপ আৰু পৰম্পৰা
উদাহরণ :
সেই সভাখনত বিজ্ঞান বিষয়ৰ আলোচনা চলি আছে
সমার্থক : বিষয়