অর্থ : কোনো বস্তু সংকুচিত হৈ পৰিলে হোৱা এক ধৰণৰ গঢ়
উদাহরণ :
কাপোৰৰ কোচ ইস্ত্ৰী কৰি আঁতৰাব পাৰি
সমার্থক : কোচ
অর্থ : কোনো বস্তুৰ (বিশেষভাৱে কাপোৰ) অত্যধিক ওলট-পালট হোৱাৰ কাৰণে বেয়া হৈ যোৱা
উদাহরণ :
অত্যধিক ওলট-পালট হোৱাৰ কাৰণে এই কাপোৰখন সোত-মোচ খালে