সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : জনসাধাৰণ বিশেষকৈ গ্রাম্যলোকৰ মাজত প্রচলিত গাথা বা কাহিনী
উদাহরণ : সৰুতে আইতাৰ পৰা সাধু শুনিবলৈ খুউব জোৰ কৰিছিলো
সমার্থক : গল্প, লোক কথা, লোক কাহিনী, লোককথা
অর্থ : সংসাৰিকতাৰ পৰা আঁতৰি থকি ধার্মিক জীৱন কটোৱা পুৰুষ
উদাহরণ : সাধুৰ জীৱন পৰোপকাৰতেই পাৰ হয়
সমার্থক : মহাত্মা, সন্ত
অর্থ : সন্ন্যাস আশ্রমত থকা বা তাৰ নিয়ম পালন কৰা ব্যক্তি
উদাহরণ : চিত্রকূটত মই এজন ডাঙৰ সন্ন্যাসীক লগ পালো
সমার্থক : বৈৰাগী, সন্ত, সন্ন্যাসী
অর্থ : মনত কোনো বেয়া ভাব বা কপটতা নৰখা
উদাহরণ : গুণী ব্যক্তিয়ে সকলোতে সন্মান লাভ কৰে
সমার্থক : অকপটীয়া, ঋজু, গুণী, যোগ্য, সজ, সত্যাচাৰী, সদাচাৰী, ৰিজু
অর্থ : যি সকলোৰে লগত ভাল, উচিত আৰু প্রিয় ব্যৱহাৰ কৰে
উদাহরণ : সজ্জন লোকে যিকোনো পৰিস্থিতিত আনৰ ভাল চিন্তা কৰে
সমার্থক : ভাল, সজ্জন, সুজন, সৎ
ইনস্টল