অর্থ : সন্দেহ নথকাকৈ:মই নিঃসন্দেহে এই কামটো কৰিব পাৰোঁ
উদাহরণ :
সমার্থক : অৱশ্যে, ঠিককৈ, ঠিৰাংকৈ, থিৰাংকৈ, নিঃসন্দেহে, নিচয়কৈ, নিচয়ে, নিশ্চিতভাৱে, নিশ্চয়কৈ, নিশ্চয়ৰূপে, নিসন্দেহৰূপে, বিনাদ্বিধাই
অর্থ : ভুল নকৰাকৈ
উদাহরণ :
ইমান ভিৰতো মই আপোনাক সঠিককৈ চিনি পালো