সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কাৰোবাক লোভ দেখুৱাই নিজৰ ফলীয়া কৰা কোনো কথা বা কাম
উদাহরণ : কান্দি থকা শিশুটোক প্রলোভন জৰিয়তে সহজে শান্ত কৰিব পৰা যায়
সমার্থক : প্রলোভন
অর্থ : কিবা পাবৰ কাৰণে মনত উপজা অত্যধিক ইচ্ছা বা আগ্রহ যাক অনুচিত হিচাপে বিবেচনা কৰা হয়
উদাহরণ : যিকোনো বস্তুৰ প্রতি অত্যধিক লোভ ভাল নহয়
সমার্থক : প্রলোভ, মোহ, লালচ, লিপ্সা, লোভ
অর্থ : প্রবল অভিলাষ বা তীব্র ইচ্ছা
উদাহরণ : মানুহৰ উৰাৰ প্রতি থকা লালসাৰ কাৰণেই উৰা জাহাজৰ আৱিষ্কাৰ হৈছিল
ইনস্টল