পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে মোজাইক শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

মোজাইক   বিশেষ্য

অর্থ : ৰঙীণ চীচা, শিল আদিৰ টুকুৰাৰে বনোৱা কলাত্মক সৃষ্টি

উদাহরণ : তাজমহলৰ ভিতৰৰ বেৰত মোজাইকৰ কাৰচাজি কৰা হয়

অর্থ : ৰঙীণ ্কাঁচ, পাথৰ আদিৰ টুকুৰাত আকাৰ বনোৱা এবিধ কলা

উদাহরণ : তেওঁ ্মোজাইক নিজৰ ককাকৰ পৰা শিকিলে

অর্থ : বিভিন্ন ৰঙৰ প্রস্তৰ, আইনা, চীনামাটিৰ টুকুৰা বা আন বস্তু খণ্ড খটাই অথবা পাতি প্রস্তুত কৰা চিত্র, নক্সা আদি

উদাহরণ : ভাৰতবর্ষত প্রস্তুত ্কৰা খচিত চিত্র বিশ্বপ্রসিদ্ধ

সমার্থক : খচিত চিত্র