অর্থ : আনন্দ পাওঁতে অনুভৱ হোৱা
উদাহরণ :
এই দৃশ্যটো মোৰ ভাল লাগিছে
সমার্থক : ভাল লগা, মন ভুলোৱা, সুখপ্রদ লগা
অর্থ : ৰুচিৰ অনুকূল হোৱা
উদাহরণ :
আপোনাৰ সকলো বস্তুৱেই পচন্দ হʼব বুলি কোনো কথা নাই মোৰ এই কামটো ভাল লগা নাই
সমার্থক : পচন্দ হোৱা, ভাল লগা, মন লগা, মনোমত হোৱা, ৰুচিকৰ হোৱা