অর্থ : পৃথিৱীৰ কোনো এক ডাঙৰ ভাগ বা ক্ষেত্র
উদাহরণ :
ভাৰতবর্ষ এনে এক ভৌগোলিক ক্ষেত্র যʼত বহুতো ভাষাভাষীলোকে একেলগে বসবাস কৰে
সমার্থক : ভূভাগ, ভৌগোলিক ক্ষেত্র
অর্থ : ভূমি খণ্ড
উদাহরণ :
প্রাকৃতিক খেলি-মেলিৰ কাৰণে কেতিয়াবা কেতিয়াবা ভূখণ্ডৰ পৰি্ৱর্তনো হয়
সমার্থক : ভূ-খণ্ড