অর্থ : বহুতো মানুহৰ সন্মুখত কোনো বিষয়ে কোৱা বিস্তাৰিতভাৱে কোৱা কথা
উদাহরণ :
গান্ধীজীৰ ভাষণ শুনিবৰ কাৰণে দূৰ-দূৰণৰ পৰা মানুহ আহিছিল
সমার্থক : বক্তৃতা
অর্থ : কোনো বিষয়ত কোৱা এনেকুৱা কথা যি কোনো বিষয় স্পষ্ট কৰি দিয়ে
উদাহরণ :
যৌতুক সম্পর্কীয় ্তেওঁৰ ্ভাষণ কিছু প্রশংসাসূচক আছিল
সমার্থক : বক্তব্য