সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : * লাভপ্রদ ভাবে বা লাভ হোৱাকৈ
উদাহরণ : মোৰ ব্যৱসায় ঠিকে-ঠাকে চলি আছে
সমার্থক : ঠিক-ঠাক, ঠিকে-ঠাকে, বঢ়িয়াকৈ
অর্থ : ভাল ধৰণেৰে বা যি প্রশংসাৰ যোগ্য হয়
উদাহরণ : আজি শচীনে ভাল খেলিলে
সমার্থক : বঢ়িয়া, ভাল
অর্থ : * দুখ নোপোৱাকৈ বা আহত নোহোৱাকৈ
উদাহরণ : মোৰ ধেমালিবোৰ ভালদৰে লʼব
সমার্থক : ভালধৰণে
অর্থ : পৰিচিত ৰূপত
উদাহরণ : মই মহেশক ভালদৰে জানোঁ
অর্থ : * সাবধানে বা শিষ্টাচাৰৰ সৈতে
উদাহরণ : আপোনাৰ লʼৰাটোৱে মোৰ লগত ভালদৰে কথা পাতিলে
ইনস্টল