সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : সম্বন্ধৰ বিচাৰত মাকৰ জীয়েক বা খুৰী, মামী, জেঠী আদিৰ ছোৱালী বা যাক ধর্ম, ্সমাজ, আইন আদিৰ আধাৰত ভগ্নীৰ ্মর্যাদা দিয়া হৈছে
উদাহরণ : মোৰ খুৰাৰ ভনী বৰ মৃদু স্বভাৱৰ
সমার্থক : ভগিনী, ভনী
অর্থ : কাৰোবাৰ বিচাৰত একে মাক-দেউতাকৰ কন্যা সন্তান
উদাহরণ : ৰাধা মোৰ নিজা ভনী
সমার্থক : নিজা ভণ্টি, বা), ভগিনী, ভণ্টি, ভনী, ভনীটি নিজা ভনী, সহোদৰা (বাইদেউ
ইনস্টল