সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোমলতা, তীব্রতা, ডাঙৰ-সৰু আদি কৰি কʼব পৰা শ্্ব্দ যি প্রাণীৰ কণ্ঠৰ পৰা ওলায়
উদাহরণ : তেওঁৰ ্ মাতটো বৰ মিঠা
সমার্থক : কণ্ঠ, গলা, মাত, স্বৰ
অর্থ : গালত লগোৱা এক প্রকাৰৰ ৰঙা বা গুলপীয়া প্রসাধন সামগ্রী
উদাহরণ : ছালৰ ৰং অনুসৰি ৰহণ ব্যৱহাৰ কৰা উচিত
সমার্থক : ৰহণ
অর্থ : গোৱা কার্য ্বা ভাব
উদাহরণ : আমি আজি পণ্ডিত যশৰাজৰ গীতৰ আনন্দ লʼম
সমার্থক : কথা, গানবাজনা, গীত, গীতবাজনা, গীতবাদ্য, গীতমাত, গীতি, ধুন, পদ, সংগীত, সঙ্গীত
ইনস্টল