অর্থ : যিটো কেতিয়াবাহে ঘটে
উদাহরণ :
বাপুজীৰ দৰে লোক বিৰল
অর্থ : যিটো উপল্্ব্ধ নহয়
উদাহরণ :
কেতিয়াবা কেতিয়াবা লʼৰা-ছোৱালীয়ে অনুপল্্ব্ধ বস্তুও বিচাৰে
সমার্থক : অনুপল্্ব্ধ, অপ্রাপ্ত, অপ্রাপ্য, অলভ্য, আপুৰুগ, আপুৰুগীয়া, দুর্মূল্য, দুর্লভ, দুষ্প্রাপ্য, পোৱা নোযোৱা-, সুদুর্লভ
অর্থ : যিটো পাবলৈ সহজ নহয়
উদাহরণ :
আজিকালি ডাঙৰ চহৰত বিশুদ্ধ বতাহ দুর্লভ হৈ পৰিছে
সমার্থক : দুর্লভ, ্দুষ্প্রাপ্য