অর্থ : * দূৰত্ব, স্থান, সময় আদিৰ অন্তৰাল বা ইয়াৰ মাজত বিয়পি থকা
উদাহরণ :
ভাৰত কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে বিস্তৃত হৈ আছে
সমার্থক : পৰিব্যাপ্ত হোৱা, বিয়পি থকা
অর্থ : কোনো ঠাইলৈকে হোৱা প্রসাৰণ কার্য
উদাহরণ :
গাঁওলৈকে বানপানী বিস্তৃত হʼল
সমার্থক : প্রসাৰতি হোৱা