সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিটো ঠেক বা সৰু নহয়
উদাহরণ : ডাঙৰ চহৰৰ মাজত এনে বিস্তৃত মৈদান দেখা নাযায়
সমার্থক : আহল-বহল
অর্থ : যিটো নিজৰ ঠাইত বা তাৰ চাৰিওফালে দূৰ-দূৰণিলৈকে সিঁচৰতি হৈ আছে
উদাহরণ : জনমানসত তুলসী দাসে ৰচনা কৰা ৰামচৰিত মানসৰ ব্যাপক প্রভাৱ আছে
সমার্থক : বহুল, ব্যাপক
অর্থ : যʼত বহুত বিস্তাৰ আছে বা বিস্তাৰযুক্ত
উদাহরণ : এই কবিতাৰ পংক্তিকেইটাৰ বহল ব্যাখ্যা কৰক
সমার্থক : বহল, বিশদ
অর্থ : যাক সতর্ক্্তা আৰু সূক্ষ্ম বিৱৰণৰ সৈতে বিকশিত কৰা হʼল
উদাহরণ : আমি এখন বিস্তৃত যোজনা তৈয়াৰ কৰিছো
সমার্থক : বিশদ
ইনস্টল