অর্থ : থালী বা পাতত আহাৰ দিয়া কার্য
উদাহরণ :
মায়ে আমাৰ সকলোৰে কাৰণে আহাৰ পৰিৱেশন কৰিছে
সমার্থক : পৰিৱেশন কৰা, বঢ়া
অর্থ : এজন এজন কৰি সকলোৰে সন্মুখত উপস্থিত কৰা
উদাহরণ :
ৰামুৱে মজলিচত পাণ বিলাই আছিল
সমার্থক : পৰিৱেশন কৰা