অর্থ : বেলেগ বেলেগ ভাগ বা অংশত ভগোৱা কার্য ্বা ভাব
উদাহরণ :
ৰামে নিজৰ দুইজন লʼৰাৰ কাৰণে ঘৰৰ বিভাজন কৰিলে
সমার্থক : ভাগ-বাটোৱাৰা
অর্থ : কোনো এটা সংখ্যাৰে আন এটা সংখ্যা ভাগ কৰা কার্য
উদাহরণ :
আজি গণিতৰ শ্রেণীত হৰণ অংক শিকোৱা হʼব
সমার্থক : হৰণ অংক