পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে বিচৰা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

বিচৰা   ক্ৰিয়া

অর্থ : কোনো কথা বা বস্তু আদি পাবৰ কাৰণে কৰা ইচ্ছা

উদাহরণ : মোৰ কিবা খাবৰ মন গৈছে

সমার্থক : অভিলাষ কৰা, ইচ্ছা কৰা, ইচ্ছা যোৱা, মন যোৱা

অর্থ : কোনো কথা বা কামত কৰা ইচ্ছা

উদাহরণ : মই আপোনাৰ পৰা আর্থিক সাহায্য বিচাৰিছোঁ মই ভৱিষ্যতে সকলো ভাল হʼব বুলি আশা কৰিছোঁ

সমার্থক : আশা কৰা

অর্থ : কোনো ব্যক্তি, বস্তু, ঠাই আদি কʼত আছে চোৱা

উদাহরণ : পুলিচে হত্যাকাৰীক বিচাৰি ফুৰিছে

সমার্থক : অনুসন্ধান কৰা, অন্বেষণ কৰা