সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি উচ্চ বা যি বহুত সংস্কৃত
উদাহরণ : আমেৰিকা এখন উন্নত ৰাষ্ট্র
সমার্থক : অভ্যুত্থিত, অভ্যুদিত, উন্নত, প্রোন্নত, সমুন্নত, সুবিকশিত
অর্থ : ফুলি উঠা
উদাহরণ : সূর্য উদয় ্ হোৱাৰ লগে লগে সূৰুযমুখী ফুলবোৰ ফুলিল
সমার্থক : কুসুমিত, পুষ্পিত, ফুলন্ত, ফুলা-
অর্থ : অংকুৰৰ ৰূপত ওলোৱা
উদাহরণ : তেওঁ পুৱাই-পুৱাই গাজী বুট খাই আছে
সমার্থক : অংকুৰিত, উদ্ভিন্ন, গাজী
ইনস্টল