সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ৰচী, কাপোৰ আদিত বিশেষধৰণে দিয়া পাক বা গ্রথিত ৰূপ
উদাহরণ : তেওঁ ্ কাপোৰৰ গাঁথিটো খুলিব নোৱাৰিলে
সমার্থক : গাঁথি, গ্রন্থি, ডোৰ, বন্ধন, বান্ধ
অর্থ : কোনো বিশেষ কাম কৰাৰ বাধ্য-বাধকতা
উদাহরণ : ৰোগীৰ খোৱা-বোৱাত বান্ধোন লগাওক
সমার্থক : বন্ধন
অর্থ : বন্ধা কার্য ্বা ভাব
উদাহরণ : চোৰটোৱে হাজাৰ চেষ্টা কৰিও বান্ধোনটো খুলিব নোৱাৰিলে
ইনস্টল