সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোৱা কথা
উদাহরণ : নিজৰ গুৰুৰ বিষয়ে তেওঁৰ উক্তি শুনি আমি হতাশ হʼলোঁ আমাৰ কোৱা মানা
সমার্থক : উক্তি, কথন, কোৱা, জবান, বচন, বাইক, বাক্, বাক্য, বাণী, বুলি, বয়ান, মুখৰ কথা
অর্থ : মাইকী জাতিৰ গাখীৰ জমা হোৱা অংশ
উদাহরণ : মাকে নিজৰ স্তনৰ গাখীৰ নিজৰ কেচুৱাক খুৱায় গাই গৰুৰ ওহাৰ দেখি তাৰ পৰা গাখীৰ ওলাবনে নোলায় জানিব পাৰি
সমার্থক : ওহাৰ, কুচকুম্ভ, পিয়াহ, পয়োধৰ, পয়োভাৰ, স্তন
ইনস্টল