সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ভালদৰে বুজিলৈ কোনো কথা কোৱা কার্য
উদাহরণ : আৱিষ্কাৰকৰ ব্যাখ্যা শুনি সকলো সন্তুষ্ট হʼল
সমার্থক : প্রতিপাদন, ব্যাখ্যা
অর্থ : কিবা কোৱা কার্য
উদাহরণ : সেনা বিষয়াৰ কথা শুনি সৈনিকসকলে নিজৰ কামত লাগিল
সমার্থক : কথন, কথা, বচন, বাক
অর্থ : যিটো কোৱাৰ যোগ্য
উদাহরণ : আপুনি এই কথাটোক লৈ কিয় ইমান মচগুল হৈছে, এইটো কথনীয় নহয়
সমার্থক : উচ্চাৰণীয়, কʼবলগীয়া, কথনীয়, কথ্য, কহতব্য, কহনীয়, বচনীয়
অর্থ : নিৰোপণ কৰাৰ যোগ্য বা বুজোৱাৰ যোগ্য
উদাহরণ : এই কবিতাটোৰ প্রতিপাদ্য বিষয় কি?
সমার্থক : অভিধেয়, প্রতিপাদ্য
ইনস্টল