অর্থ : যি গৰাকী স্ত্রীৰ স্বামী ঢুকাইছে
উদাহরণ :
মেজৰ ৰণবীৰক মৰণোত্তৰভাৱে প্রদান কৰা পৰমবীৰ চক্র সন্মান তেওঁৰ বিধৱা পত্নীয়ে গ্রহণ কৰিলে
সমার্থক : পতিহীনা, বিধৱা, স্বামীহীনা
অর্থ : যাৰ স্বামীৰ মৃত্যু হৈছে
উদাহরণ :
বাৰাণসীৰ বিধবা আশ্রমত থকা বিধবা স্ত্রীসকলৰ অৱস্থা বৰ দুখজনক
সমার্থক : পতিহীনা, বিধবা, স্বামীহীনা