অর্থ : গতিত বাধাৰ উৎপন্ন হোৱা কার্য
উদাহরণ :
মোৰ চলন্ত মটৰ চাইকেলখন হঠাৎ ৰৈ গʼল
সমার্থক : আটক কৰা, গতিৰুদ্ধ হোৱা, ৰখা, ৰৈ যোৱা
অর্থ : ৰোধ বা ৰৈ যোৱা
উদাহরণ :
পানী যোৱা নলাটো অৱৰোধ হৈ গʼল
সমার্থক : অৱৰুদ্ধ হোৱা, অৱৰোধ হোৱা, আৱদ্ধ হোৱা