সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : অপৰাধী, শত্রু আদি ধৰা কার্য
উদাহরণ : পুলিচে স্পর্শ্্কাতৰ এলেকাৰ অপৰাধীবোৰক বন্দী কৰিবলৈ আৰম্ভ কৰিছে
সমার্থক : কয়দ
অর্থ : যিজন ব্যক্তিক বলপূর্বক্্ভাৱে কোনোৱে ৰাখি থৈছে
উদাহরণ : পুলিচে দুজন বন্দীলোকক উগ্রপন্থীৰ হাতৰ পৰা মুক্ত কৰিলে
অর্থ : কোনো ঠাই আদিত বন্দী কৰি ৰখা কার্য
উদাহরণ : পণ্ডিত জৱাহৰলাল নেহৰুৱে কাৰাবাস খাতি থাকোতেও একেৰাহে লিখা-মেলা কৰি আছিল
সমার্থক : কাৰাবাস, কয়েদ
অর্থ : যাক জেলত ৰখা হৈছে বা জেলৰ শাস্তি বিহা হৈছে
উদাহরণ : এজন কয়দী জেলৰ পৰা পলাল
সমার্থক : কাৰাবাসী, কয়দী
ইনস্টল