অর্থ : থালী বা পাতত খাদ্য পৰিৱেশন বা উলিওৱা কার্য
উদাহরণ :
তেওঁ ্ভাত বাঢ়িবও নাজানে তেওঁ সাধুজনক আহাৰ যোগান ধৰি বিচনীৰে বিচিবলৈ ধৰিলে
সমার্থক : আহাৰ যোগান
অর্থ : থালী বা পাতত আহাৰ দিয়া কার্য
উদাহরণ :
মায়ে আমাৰ সকলোৰে কাৰণে আহাৰ পৰিৱেশন কৰিছে
সমার্থক : পৰিৱেশন কৰা, বিলোৱা
অর্থ : বর্ধন ্ কার্য
উদাহরণ :
বর্ত্্মান সমাজত অপৰাধ বাঢ়িবলৈ লৈছে অপৰাধৰ সীমা-সংখ্যা নোহোৱাকৈ বৃদ্ধি হʼবলৈ ধৰিছে
সমার্থক : বৃদ্ধি পোৱা, বৃদ্ধি হোৱা
অর্থ : বিস্তাৰ বা পৰিমাণতকৈ অধিক হোৱা বা বৃদ্ধি লাভ কৰা
উদাহরণ :
উপযুক্তভাৱে চোৱাচিতা কৰিলে উদ্ভিদ লহপহকৈ বাঢ়ে