পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে পৰম্পৰাবাদ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

পৰম্পৰাবাদ   বিশেষ্য

অর্থ : বহুদিনৰ পৰা চলি অহা ৰীতি-নীতি মানি চলা কোনো বাদ বা সিদ্ধান্ত

উদাহরণ : কেতিয়াবা কেতিয়াবা পৰম্পৰাবাদ উন্নতিৰ প্রধান অন্তৰায় হৈ পৰে

অর্থ : আধুনিক বিচাৰবোধৰ তুলনাত ৰীতি-নীতি আৰু পৰম্পৰাক সমাজৰ বাবে অধিক হিতকৰ বুলি গণ্য কৰা এক মতবাদ

উদাহরণ : আমাৰ ঘৰৰ সকলোৱে পৰম্পৰাবাদক মানি চলি আহিছে