পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে প্রস্তাৱ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

প্রস্তাৱ   বিশেষ্য

অর্থ : কোনো কাম কৰাৰ কাৰণে কাৰোবাৰ সন্মুখত দাঙি ধৰা বিচাৰ

উদাহরণ : প্রধানমন্ত্রীয়ে পাকিস্তানৰ সন্মুখত শান্তিৰ প্রস্তাৱ ৰাখিছে

অর্থ : বিবাহৰ বাবে কাৰোবাৰ আগত বা কাৰোবাৰ পৰিয়ালৰ আগত ৰখা প্রস্তাৱ

উদাহরণ : শ্যামৰ ডাঙৰ পুতেকৰ বাবে বহুতো প্রস্তাৱ আহিছে

সমার্থক : বিবাহ প্রস্তাব