অর্থ : যি প্রতিবিম্ব পৰাৰ কাৰণে দেখা যায়
উদাহরণ :
পূর্ণিমা ৰাতিত পানীত প্রতিবিম্বিত হোৱা চন্দ্রই মন মোহি নিয়ে
সমার্থক : প্রতিবিম্বিত
অর্থ : ওলোটাই থোৱা বা পিছলৈ ঘূৰি থকা
উদাহরণ :
সূর্যৰ কিৰণবো প্রতিফলিত হৈ পৃথিৱীত বিয়পি পৰে