অর্থ : সম্বন্ধীয় ব্যক্তি আদিক নেদেখা ভাও জুৰি
উদাহরণ :
তুমি আমাক নুসোধাকৈ পোনে-পোনে তেওঁৰ ্পৰা পইচা খুজি আনিলা!
অর্থ : নুঘূৰাকৈ
উদাহরণ :
আপুনি ইয়াৰ পৰা পোনে-পোনে যাৱক আৰু ডাকবঙলাৰ পৰা বাওঁ্ফালে যাব
অর্থ : মধ্যস্থতা নোহোৱাকৈ
উদাহরণ :
মই টকাৰ কাৰণে তেওঁৰ লগত চিধাকৈ কথা পাতিছিলো
সমার্থক : চিধাকৈ, পোনপটীয়াকৈ