সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ইফাল-সিফাল নকৰাকৈ
উদাহরণ : তেওঁ আপোনাৰ কথা পোনপটীয়াকৈ নকʼলে
অর্থ : বিচলিত নোহোৱাকৈ
উদাহরণ : তুমি মোক পোনপটীয়াকৈ আৰু শুদ্ধকৈ কোৱা কি হʼল ?
সমার্থক : চিধাকৈ
অর্থ : মধ্যস্থতা নোহোৱাকৈ
উদাহরণ : মই টকাৰ কাৰণে তেওঁৰ লগত চিধাকৈ কথা পাতিছিলো
সমার্থক : চিধাকৈ, পোনে-পোনে
ইনস্টল