সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : সূর্য্য উদয় হোৱা দিশ
উদাহরণ : ভাৰতৰ পূৱফালে অসম ৰাজ্য অৱস্থিত
সমার্থক : ঐন্দ্র, দৃষ্ট, পূব, পূর্বাশা, পূৱ, পূৱ দিশ, প্রাচী, প্রাচ্য, ্ পুৰব
অর্থ : * নব্বৈ ডিগ্রীত থকা প্রধান দিক্্সূচক বিন্দু
উদাহরণ : পূব সদায় পূব দিশৰ ফালেই থাকে
সমার্থক : পূব, পূৰব, পূৱ
অর্থ : যি আগফালৰ বা সন্মুখ ফালৰ
উদাহরণ : এই বাহনখনৰ অগ্রভাগ ভাঙিল
সমার্থক : অগ্র, অগ্রিম, আগমুৱা, আগলি, আগৰ, সন্মুখস্থ, সন্মুখৰ, সন্মুখৱর্তী, ্অগ্রৱর্তী
অর্থ : যি প্রথমে কোনো পদত অধিষ্ঠিত হৈছিল, কিন্তু এতিয়া কোনো কাৰণত সেই পদত নাই
উদাহরণ : আজিৰ সভাত ভালেমান ভূতপূর্ব মন্ত্রীয়ে অংশগ্রহণ কৰিব
সমার্থক : ভূতপূর্ব, ্প্রাক্তন
ইনস্টল