অর্থ : যিটো প্রচলিত নহয়
উদাহরণ :
তুমি সদায় অপ্রচলিত সাজ-পোছাকেই কিয় পিন্ধা ?
সমার্থক : অপ্রচলিত, অব্যৱহৃত, নচলা, পুৰণিকলীয়া, প্রচলনহীন
অর্থ : বর্তম্ান সময়তকৈ আগৰ বা যিটো বহুদিন আগৰ
উদাহরণ :
তেওঁ পুৰণি সভ্যতাৰ ওপৰত অধ্যয়ন কৰি আছে
সমার্থক : অতীত, অনেক-কলীয়া, আগৰ কালৰ, আগৰ দিনৰ, গত, পুৰণা, পুৰণি, পুৰণি কালৰ, পুৰণিকলীয়া, পুৰাতনীয়া, পূর্বক্ালীন, পূর্বক্ালৰ, প্রাচীন, প্রাচীন কালৰ, বহুকলীয়া, বহুদিনীয়া, বিগত, যাত, সাতামপুৰুষীয়া