অর্থ : দূৰত্ব বা সময়ৰ হিচাপত যি নিচেই কাষৰ
উদাহরণ :
কুশীনগৰ আমাৰ গাঁৱৰ কাষৰীয়া নগৰ
সমার্থক : অনতিদূৰৰ, ওচৰৰ, কাষৰ, কাষৰীয়া, নিকট্্ৱর্ত্তী, সমীপ্্ৱর্তী, ্অদূৰৱর্তী
অর্থ : সকলোতকৈ ওচৰৰ
উদাহরণ :
ইয়াৰ পৰা নিকটতম বাছ-আস্থান কোনটো
সমার্থক : অনতিদূৰৰ, একেবাৰে ওচৰৰ, ওচৰৰ, নিকটতম, সমী্পৱর্তী