সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো এবিধ বস্তুৰ ওপৰত আন এবিধ বস্তুৰে তৰপ দিয়া কার্য
উদাহরণ : মিঠাইৰ টেমাৰ ওপৰত কাগজ মেৰিয়াই দিয়া
সমার্থক : ঘূৰোৱা, জপোৱা, নুৰিওৱা, মেৰিওৱা
অর্থ : ঘূৰাই দিয়া বা পকাই প্রয়োগ কৰা কার্য:নিৰাজে ভুল কৰাত শিক্ষকে তাৰ কাণ পকাই দিলে
উদাহরণ :
সমার্থক : ঘূৰা, ঘূৰোৱা, পকা, পকাই দিয়া, মোহাৰি দিয়া, মোহৰা
অর্থ : ফল আদি প্রস্তুত কৰা বা পকোৱা কার্য
উদাহরণ : তেওঁ আম ্পকালে
সমার্থক : পক দিয়া
অর্থ : আহাৰ প্রস্তুত কৰা
উদাহরণ : মায়ে সকলোৰে কাৰণে আহাৰ ৰান্ধিছে
সমার্থক : পগোৱা, ৰন্ধা, ৰন্ধা-বঢ়া কৰা
ইনস্টল