সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : বিভিন্ন ৰূপাত্মক জগতৰ বিকাশ সাধন কৰা সেই মূল শক্তি যাৰ ৰূপ দৃশ্য ৰূপত দেখা যায়
উদাহরণ : গছ কটাৰ কাৰণে প্রকৃতিৰ সন্তুলনত বিকাৰ ঘটিছে
সমার্থক : প্রকৃতি
অর্থ : গছ-গছনি, পশু-পক্ষী, ্ পর্বত-্পাহাৰ আদিৰে ভৰি থকা প্রাকৃতিক দৃশ্যৰ পৃথিৱী
উদাহরণ : প্রকৃতিক অখণ্ড ৰূপত ৰাখিবৰ কাৰণে মজবুট পদক্ষেপ লোৱা উচিত
সমার্থক : প্রকৃতি, ্বাহ্যজগত
ইনস্টল