সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো ব্যক্তিৰ লগত ্সম্পর্ক ্ৰখাজন
উদাহরণ : এইটো মোৰ ব্যক্তিগত বিষয়
সমার্থক : ব্যক্তিগত
অর্থ : নিজৰ মাজত অহা বা হোৱা
উদাহরণ : এইটো মোৰ নিজা অনুভৱ
সমার্থক : নিজস্ব
অর্থ : যিটো নিজৰ বা যʼত নিজৰ অধিকাৰ আছে
উদাহরণ : এইয়া মোৰ নিজা সম্পত্তি
সমার্থক : আত্ম, নিজৰ, স্বকীয়, স্বায়ত্ত
ইনস্টল