সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : সন্দেহ নথকাকৈ:মই নিঃসন্দেহে এই কামটো কৰিব পাৰোঁ
উদাহরণ :
সমার্থক : অৱশ্যে, ঠিককৈ, ঠিৰাংকৈ, থিৰাংকৈ, নিঃসন্দেহে, নিচয়ে, নিশ্চিতভাৱে, নিশ্চয়কৈ, নিশ্চয়ৰূপে, নিসন্দেহৰূপে, বিনাদ্বিধাই, সঠিককৈ
অর্থ : নিশ্চত ৰূপে
উদাহরণ : এই কামটো আজি অৱশ্যে হʼব লাগিব
সমার্থক : অলবৎ, অৱশ্য, অৱশ্যে, অৱশ্যেই, জৰুল, জৰুৰ, নিচয়ে, নিশ্চয়কৈ, নিশ্চয়ৰূপে, নি্র্ঘাত
ইনস্টল