অর্থ : অভিনয় কৰা বা ভাও দেখুওৱা পুৰুষ
উদাহরণ :
তেওঁ ্ এগৰাকী ভাল অভিনেতা
সমার্থক : অভিনেতা, অভিনয় শিল্পী, নটশিল্পী, নতুৱা
অর্থ : বল্টুত পকাব পৰা ধাতুৰ এক ছেদযুক্ত গোল অথবা কোণীয়া আকাৰৰ পেচযুক্ত উপকৰণ
উদাহরণ :
নটটো বেছিকৈ নাটানিবা নহʼলে খুলিবলৈ অসুবিধা হʼব