সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : চোৱা কার্য ্বা ঢং
উদাহরণ : চাৱনি দেখিয়েই আমি বুজিলো যে তেওঁ বহুত খঙত আছে
সমার্থক : চাৱনি, দৃষ্টি
অর্থ : কোনো বস্তু বা ব্যক্তিক নির্দিষ্ট ঠাইৰ পৰা আঁতৰি নাযাবলৈ আৰু চোৱা-চিতা বা ৰক্ষণাবেক্ষণ দিবৰ কাৰণে নিযুক্ত কৰা প্রহৰীৰ কার্য
উদাহরণ : প্রহৰীজনে ক্ষীপ্রতাৰে পহৰা দি আছে
সমার্থক : চকিদাৰি, পহৰা
অর্থ : কোনো ধুনীয়া বা প্রিয় মানুহ বা বস্তুৰ ওপৰত পৰা দৃষ্টি বা বেয়া প্রভাৱ
উদাহরণ : মাকে শিশুটোক মানুহৰ নজৰৰ পৰা বচাবৰ বাবে কপালত কʼলা ফোট দিলে
সমার্থক : কুদৃষ্টি, বেয়া নজৰ
অর্থ : দোষ-গুণৰ সঠিক নি্র্ণয় ্কৰা দৃষ্টি
উদাহরণ : তেওঁৰ ্নজৰ মানিব লাগিব
ইনস্টল