সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কাকো উপেক্ষিত নকৰা ভাব
উদাহরণ : তেওঁ ্ডাঙৰৰ কথাত ধ্যান নিদি নিজৰ ইচ্ছামতে কাম কৰে
সমার্থক : খিয়াল, মনোযোগ
অর্থ : যোগৰ সপ্তম তথা সমাধিৰ পূর্ব অংগ স্বৰূপ কোনো বিষয়, বিশেষকৈ ধার্মিক বিষয় বা অলৌকিক প্রভাৱৰ একেৰাহে কিছু সময়লৈকে হোৱা গভীৰ মনন বা চিন্তন
উদাহরণ : সন্তজন ধ্যানত লীন হৈ আছে
অর্থ : কোনো কথা বা কামত মন লীন হোৱা দশা বা ভাব
উদাহরণ : ৰমেশে বৰ মনোযোগেৰে পঢ়ে
সমার্থক : মনোযোগ
ইনস্টল