অর্থ : যি তীব্র বতাহৰ লগত বৰষুণো আহে
উদাহরণ :
হস্ত নক্ষত্র উঠোতেই বতাহ-বৰষুণ আৰম্ভ হʼল
সমার্থক : বতাহ-বৰষুণ
অর্থ : অতিপাত বৰষুণ আৰু ধূলি-বালি উৰি হোৱা ধুমুহা-বতাহ
উদাহরণ :
ৰাতি অহা ধুমুহা-বৰষুণে মানুহৰ সা-সম্পত্তিৰ যথেষ্ট ক্ষতি কৰিলে
সমার্থক : তুফান