সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কেইবাজনো মানুহে কান্ধত তুলি ভাৰ বৈ নিয়া এবিধ বাহন
উদাহরণ : কইনা দোলাত বহি আছে
অর্থ : চন্দুকৰ নিচিনা দোলাতকৈ অলপ ভিন্ন আকৃতিৰ বাহন যাক কঁ্হাৰে কান্ধত লৈ যায়
উদাহরণ : ৰজাই দোলাত বহি নগৰ ভ্রমণ কৰিবলৈ ওলালে
সমার্থক : পাল্কী
অর্থ : মন চঞ্চল হোৱা অৱস্থা
উদাহরণ : ৰাধাৰ সুন্দৰতা দেখি মোহনৰ মনত দোলা দি গʼল
সমার্থক : দোলা দিয়া
অর্থ : ঝুলনাত বহি দুলি থকা কার্য
উদাহরণ : তেওঁ ্এঘণ্টা ধৰি দুলি আছে
সমার্থক : দুলি থকা
ইনস্টল