সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিটো সহজে বা সাধাৰণতে বুজিব পৰা নাযায়
উদাহরণ : প্রশ্নটো সমাধান কৰিবৰ কাৰণে এইটো সকলোতকৈ দুর্বোধ্য প্রক্রিয়া
অর্থ : যʼত বহুত হেৰ-ফেৰ বা মেৰপেচ আছে আৰু সেই কাৰণেই সহজতে বুজা নাযায়
উদাহরণ : এইটো দুর্বোধ্য বিষয়, ইয়াৰ সমাধান উলিওৱা সহজ নহয়
সমার্থক : অসহজ, কঠিন, কঠোৰ, দুষ্কৰ, দুৰূহ, বিচল
ইনস্টল