পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে দিৱস শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

দিৱস   বিশেষ্য

অর্থ : হিন্দু পঞ্জিকাৰ ওপৰত আধাৰিত সপ্তাহৰ কোনো এটা দিন

উদাহরণ : সোমবাৰ সপ্তাহৰ প্রথম দিন

সমার্থক : অহ্ন, দিন, বাসৰ, বাৰ

অর্থ : নিশ্চিত বা উচিত সময়

উদাহরণ : আজি মোৰ লʼৰাটোৰ জন্ম দিন

সমার্থক : দিন

অর্থ : সূর্যোদয়ৰ পৰা সূর্যাস্তলৈকে সময়খিনি

উদাহরণ : আজিৰ দিনটো মোৰ কাৰণে বৰ ভাল গৰমকালি দিন দীঘল হয়

সমার্থক : অহ, অহ্ন, দিন, দিনা, দিবা, বাসৰ, বাৰ, ৰোজ

অর্থ : কোনো ধৰণৰ স্মৰণীয় কার্য ্বা ঘটনা সংঘটিত হোৱা বিগত ্বর্ষৰ দিন বিশেষ

উদাহরণ : আজি আমাৰ বিয়াৰ বছৰেকীয়া তিথি পৰিছে

সমার্থক : তিথি, বার্ষিকী, ্পর্ব

অর্থ : এটা সূর্যোদয়ৰ পৰা আৰম্ভ কৰি অন্য এটা সূর্যোদয়ৰ মাজৰ সময়ছোৱা যাক চৌব্বিশ ঘণ্টা হিচাপে গণ্য কৰা হয়

উদাহরণ : এদিনত আঠটা প্রহৰ থাকে

সমার্থক : তিথি, দিন

অর্থ : শোৱাৰ পিছত কাম কৰাত পাৰ হোৱা চৌব্বিশ ঘণ্টাৰ মাজৰ বিশেষ সময়ছোৱা

উদাহরণ : মোৰ দিন ৰাতিপুৱা চাৰি বজাৰ পৰা আৰম্ভ হয়

সমার্থক : দিন