অর্থ : ডাক ব্যৱস্থাৰ যোগেদি অনা বা লৈ যোৱা চিঠি আদি
উদাহরণ :
ডাকোৱালে সদায় চাৰি বজাত ডাক আনে
সমার্থক : পোষ্ট
অর্থ : ৰাজ্যৰ ফালৰ পৰা চিঠি, পার্চেল আদিৰ অনা-নিয়া কৰা ব্যৱস্থা
উদাহরণ :
মই নিজৰ চিঠিখন ডাকত পঠিয়াইছোঁ
অর্থ : নিলামৰ সময়ত চিঞৰি দাম লগোৱা কার্য
উদাহরণ :
মই এই বস্তুটোৰ কাৰণে এশ টকালৈকে ডাক লগাব পাৰোঁ