সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : বেপাৰ-বণিজ বা কোনো কাম আদিত হোৱা আয়
উদাহরণ : তেওঁ ্ কাপোৰৰ ব্যৱসায়ত খুউব লাভ কৰিছে মিছা কথা কৈ মোৰ কি লাভ হʼব
সমার্থক : তিফাইত, ফইদা, ফয়দা, মুনাফা, লাভ
অর্থ : তাচৰ এখিলা পাত
উদাহরণ : তাচ খেলত প্রত্যেক ৰঙৰ এটাকৈ টিক্কা থাকে
সমার্থক : ইক্কা, টিকা, টিক্কা, টেকা
ইনস্টল